ডিব্ৰুগড় ইনড’ৰ ষ্টেডিয়ামত বেডমিণ্টন কৰ্টত নতুন মেটৰ উদ্বোধন অসম বেডমিণ্টন সন্থাৰ
চাইন অন ডেস্ক,৮ আগষ্ট:
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়ামত জৱাহৰলাল নেহৰু পৰ্ট অথৰিটিৰ অৰ্থ সাহাৰ্য্যৰে পাঁচখন বেডমিণ্টন কৰ্টত অত্যাধুনিক চিন্থেটিক মেট স্থাপন কৰা হয়। এই আন্তঃ গাঁথনি উন্নয়ন আৰু চিন্থেটিক মেট স্থাপনৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে অসম বেডমিণ্টন সন্থাৰ সচিব তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ ( বাই ) উপ সভাপতি ওমৰ ৰছিদে। উল্লেখযোগ্য যে, জৱাহৰলাল নেহৰু পৰ্ট অথৰিটিয়ে এই আন্তঃ গাঁথনি উন্নয়নৰ বাবে জিলা ক্ৰীড়া সন্থাক প্ৰায় ১৯ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সভাপতি নিৰঞ্জন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থকা অসম 

