নিযুত মইনাৰ ধন লাভৰ আনন্দত মদ্যপান ছাত্ৰীৰ ?
ছাত্ৰীৰ ভিডিঅ’ ভাইৰেল, তীব্ৰ চাঞ্চল্য
আগমনি,৮আগষ্ট:


ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিষয়টো মহাবিদ্যালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হয়। ইতিমধ্যে ঘটনাটোৰ সৈতে জড়িত বুলি অভিযোগ উঠা ছাত্ৰীকেইগৰাকী আৰু তেওঁলোকৰ অভিভাৱকসকলক মহাবিদ্যালয়ত উপস্থিত হ’বলৈ মাতি পঠিওৱা হৈছে বুলি জানিব পৰা গৈছে।