নতুন ইতিহাসঃ ৰূপালী পৰ্দাৰ পৰা ৰাজসিংহাসনলৈ, তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ থালাপথি বিজয়ৰ
জ্যোতিষ কুমাৰ পাতিৰ




থালাপথি বিজয়ৰ এই নতুন যাত্ৰাক লৈ সমগ্ৰ দেশজুৰি চৰ্চা চলিছে। অসমৰ পৰাও তেওঁৰ অলেখ অনুৰাগীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা জ্ঞাপন কৰিছে। এতিয়া সমগ্ৰ দেশৰ দৃষ্টি থাকিব বিজয়ৰ শাসনকালৰ ওপৰত— তেওঁ কেনেদৰে তামিলনাডুক এক নতুন মাত্ৰা প্ৰদান কৰে।