বড়ো সাহিত্য সভাৰ দ্বিতীয় দিন স্মৃতিগ্ৰন্থ, বঁটা বিতৰণ অনুষ্ঠান
*চাইন অন ডেস্ক:*
চিৰাং জিলাৰ বিজনী বৰলাউগাঁৱৰ থেংফাfখ্ৰী খেল পথাৰত আৰম্ভ হোৱা বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনৰ আজি দ্বিতীয় দিন l কাৰ্যসূচী অনুসৰি আজি যথেষ্ট সংখ্যক সাহিত্য প্ৰেমী ৰাইজৰ উপস্থিতিত পুৱাভাগত বড়ো সাহিত্য সভাৰ পতাকা


