ডিব্ৰুগড় বিএচএনএলত গাড়ী নিবিদাক লৈ বিয়াগোম কেলেংকাৰী !
থলুৱা নিবনুৱাক বঞ্চিত কৰাৰ গুৰুতৰ অভিযোগ AJYCPৰ
চাইন অন ডেস্ক,২৬অক্টোবৰ:

বিজ্ঞাপন অবিহনেই গোপন নিবিদা প্ৰক্ৰিয়া অনুষ্ঠিত হোৱাৰ খবৰ।প্ৰাপ্ত অভিযোগ অনুসৰি, কোনো বৈধ ৰাজহুৱা বিজ্ঞাপন বা জাননী অবিহনেই মহা প্ৰবন্ধকৰ 

সংগঠনটোৱে হুংকাৰ প্ৰদান কৰি কয় যে, কৰ্তৃপক্ষই যদি শীঘ্ৰেই এই অন্যায়মূলক সিদ্ধান্ত প্ৰত্যাহাৰ নকৰে, তেন্তে ডিব্ৰুগড়ত তীব্ৰ আন্দোলনাত্মক কাৰ্যসূচী গঢ়ি তোলা হ’ব। এই ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা যিকোনো পৰিস্থিতিৰ বাবে BSNL কৰ্তৃপক্ষ নিজেই দায়ী থাকিব বুলিও স্পষ্ট কৰি দিছে।