নগাঁৱত বিশ্ব ৰক্তদাতা দিৱস পালন
নগাঁও,১৪জুন:


জিলাখনৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত সজাগতামূলক কাৰ্য্যসূচী গ্ৰহণ কৰিব লাগে বুলি আশা প্ৰকাশ কৰে।এই অনুষ্ঠানত জিলা খনৰ স্বাস্থ্য বিভাগৰ জ্যেষ্ঠ বিষয়া বৰ্গ আৰু সহযোগী দুয়োটা সংগঠনৰ নেতৃবৰ্গ উপস্থিত থাকে।