ডিব্ৰুগড়ত চাঞ্চল্য!
বানীপুৰ ৰেলৱে ষ্টেচনৰ সমীপত উদ্ধাৰ দুটা পিষ্টল
চাইন অন ডেস্ক,১৪জুন:

খবৰ লাভ কৰাৰ পিছতে ৰে’ল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বেগটো পৰীক্ষা কৰি ভিতৰত প্লাষ্টিকৰ কভাৰত বান্ধি থোৱা অৱস্থাত দুটা পিষ্টল উদ্ধাৰ কৰে। পিছত অসম 
প্ৰাথমিক তদন্তত উদ্ধাৰ হোৱা দুয়োটা পিষ্টল ৩.২ ব’ৰৰ আৰু ইটালীত নিৰ্মিত বুলি জানিব পৰা গৈছে। কোনো অজ্ঞাত ব্যক্তিয়ে অস্ত্ৰ দুটা ৰেলৱে ট্ৰেকৰ কাষত পেলাই থৈ যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাই।
