মার্কিন বাহিনীকো সকীয়নি আৰ্ভোৱানৰ!
ইৰানত পুনৰ আক্রমণ চলিলে হব ভয়াৱহ পৰিস্থিতি
তুৰস্কই আক্ৰমণ কৰিব ইজৰাইলক!
ইস্তানবুল,২৭এপ্রিল:

ইজৰাইলৰ সংগ ত্যাগ কৰিছে যদিও প্রতিপক্ষ ইৰানৰ প্ৰতি ক্ৰমাৎ বিভিন্ন দেশৰ সমর্থন বৃদ্ধি পাইছে। শেহতীয়াকৈ ইৰানৰ পক্ষ লৈছে তুৰস্কই। দেশখনে ঘোষণা কৰিছে যে ইজৰাইলে ইৰান আক্রমণ কৰিলেই এতিয়াৰ পৰা তুৰস্কয়ো ইজৰাইলত আক্রমণ আৰম্ভ কৰিব। উল্লেখনীয় যে তুৰস্কৰ নৌসেনা বাহিনী আৰু ড্রোনৰ আক্ৰমণ ক্ষমতা বিশ্বৰ অন্যতম শ্রেষ্ঠ। তুৰস্কৰ 
