দক্ষিণ কামৰূপৰ কালাতলী চৌধুৰীপামত সাব্যস্ত প্ৰতিবাদ৷
পুৰুষ-মহিলা ওলাই আহি হত্যাকাৰীক ফাঁচীৰ দাবীত এই প্ৰতিবাদ৷
উল্লেখ্য যে, সোণতলী আঞ্চলিক মহাবিদ্যালয়ৰ তৃতীয় ষাণ্মাষিকৰ ছাত্ৰী তথা চৌধুৰীপাম গাঁৱৰ আব্দুল খালেকৰ কন্যা খাইৰুন নেছাক ১৫ অক্টোবৰত চোকা অস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিছিল৷
ছাত্ৰী খাইৰুন নেছাক দিন দুপৰে নিজগৃহত চোকাঅস্ত্ৰৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰি পলাই গৈছিল নুৰুল ইছলাম নামৰ লম্পট যুৱক জনে।
বালাগাঁও চৰৰ নুৰুল ইছলাম নামৰ যুৱকে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰীগৰাকীক৷