শোণিতপুৰৰ জামুগুৰিহাটৰ ধলাইবিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তেজপুৰ জিলাৰ আতিথ্যত কালিৰেপৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শ্ৰী মন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন।সম্পূৰ্ণৰূপে সাজু আয়োজক সমিতি।ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লাখ লাখ ভকত_বৈষ্ণৱৰ পদধূলাৰ দ্বিতীয় বৈকুণ্ঠত পৰিণত হ’বলৈ গৈ আছে অধিৱেশনস্থলী।সংঘৰ মূল পদাধিকাৰগৰাকীও ইতিমধ্য উপস্থিত হৈছে জ্যোতি বিষ্ণু সমন্বয়ক্ষেত্ৰত। অধিৱেশনস্থলীত প্ৰদৰ্শনী, গ্ৰন্থমেলাকে ধৰি আকৰ্ষণীয় মূল তোৰণে ভকত-বৈষ্ণৱক আকৰ্ষিত কৰিব।ৰাইজক আপ্যায়নৰ বাবে সাজু কৰা হৈছে বিশাল ভোজনালয়। ৩০২ টা চৌকাত ১০০০ ৰান্ধনীয়ে কৰিব ৰন্ধনকাৰ্য।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.