ডিব্ৰুগড়ত ছাত্ৰ নিৰুদ্দেশ! ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ অঘটন
চাইন অন ডেস্ক,২৮জুলাই:
ডিব্ৰুগড়ত কালি বিয়লি সংঘটিত এক মৰ্মান্তিক ঘটনাই গভীৰ শোকৰ ছাঁ পেলাইছে। আজি বন্ধু-বান্ধৱীৰ সৈতে গা ধুবলৈ গৈ ব্ৰহ্মপুত্ৰ নদীত নিৰুদ্দেশ হৈছে দশম শ্ৰেণীৰ এজন ছাত্ৰ।নিৰুদ্দেশ হোৱা কিশোৰজন 
যদিও কোনো সন্ধান পোৱা নাই।
এই ঘটনাই স্থানীয় ৰাইজৰ মাজত আতংক আৰু গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।নিৰুদ্দেশ হোৱা উদ্দীপ্তৰ সন্ধানত অভিযান অব্যাহত আছে।
