...

নগাঁওৰ চামগুৰিত ভয়ংকৰ দুৰ্ঘটনা

নগাঁওৰ চামগুৰিত ভয়ংকৰ দুৰ্ঘটনা

 

দুৰ্ঘটনাটোত ঠিতাতে মৃত্যু দুজন আৰু আহত এজন

চাইন অন ডেস্ক:

চামগুৰিৰ তেলীয়া গাওঁৰ ১২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ঙ্কৰ দুৰ্ঘটনা।
দুৰ্ঘটনাটোত মৃত্যু হয় দুজন ব্যক্তি আৰু আহত হয় এজন।

নামনি অসমৰ পৰা দ্ৰুত গতিত আহি থকা ব্রেজা বাহন খনে নিৰন্ত্ৰন হেৰুৱাই ডিভাইডাৰ ভাঙি উজনিৰ পৰা আহি থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়।
ঘটনস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আহত ব্যক্তি জনক চিকিৎসালয়ত প্ৰেৰণ কৰে।
নিহত এজন ব্যক্তি দ্বীপেন ৰাজখোৱা বুলি জানিব পৰা গৈছে আৰু আন জন ব্যক্তিৰ নাম এতিয়াও উদ্ধাৰ কৰিব পৰা নাই ।

Leave a Reply

Your email address will not be published. Required fields are marked *