মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান
৯৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, বাকচ ভৰ্তি ড্ৰাগছ লগতে জব্দ ১২ টাকৈ মোবাইল
চাইন অন ডেস্ক:

লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়া আৰু লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য বৰাৰ নেতৃত্বত লাহৰীঘাটৰ বৰবৰিত চলে এই বৃহৎ অভিযান।



মহিবুৰ ৰহমান, এমৰাণ হুছেইন, চুস্মা বেগম
উল্লেখযোগ্য যে আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় নগদ ধন।