জম্মু-কাশ্মীৰ পুনৰ ৰক্তাক্ত হব নে কি ?
চোৰাংচোৱাই সষ্টম কৰিলে নিৰাপত্তা বাহিনীক
অমৰনাথ যাত্ৰাৰ সীমান্তত সাজু হৈ আছে ৩৬ টা সন্ত্রাসবাদী?
শ্রীনগৰ,২৪জুন:
জম্মু-কাশ্মীৰত সীমান্তৰ ওচৰতে প্রায় ৪৫ টা দুর্ধর্ষ আৰু প্রশিক্ষণপ্রাপ্ত সন্ত্রাসবাদীয়ে আত্মগোপন কৰি আছে। ইয়াৰে ৩৬টাই অমৰনাথ যাত্রাত বিধি-পথালি দিবলৈ সাজু হৈ আছে বুলি চোৰাংচোৱাই সদৰী কৰিছে। ইয়াৰ পিচতে সষ্টম হৈ 

