ডিব্ৰুগড়ত আইচক্ৰীমৰ ভিতৰত পইতাচোৰা উদ্ধাৰ ?
‘চৌপাতি’ নামৰ খাদ্য বিপণীক কেন্দ্ৰ কৰি সৃষ্টি চাঞ্চল্যৰ
চাইন অন ডেস্ক,১১জুন:


ঘটনাটোৰ ছবি আৰু ভিডিঅ’ ইতিমধ্যে সামাজিক মাধ্যমতো ব্যাপকভাৱে প্ৰচাৰ হৈছে। খাদ্য প্ৰস্তুতি আৰু সংৰক্ষণৰ ক্ষেত্ৰত কিমানখিনি সাৱধানতা অৱলম্বন কৰা হৈছে, সেই বিষয়েও উত্থাপিত হৈছে বহু প্ৰশ্নৰ।নতুন দিল্লীৰ ৰাজনীতিত পইতাচোৰাই প্ৰতিদিনে নতুন 
