...

ইণ্ডিগোৰ ৬১০ কোটি টকাৰ ৰিফাণ্ড প্ৰক্ৰিয়া আৰম্ভ

ইণ্ডিগোৰ ৬১০ কোটি টকাৰ ৰিফাণ্ড প্ৰক্ৰিয়া আৰম্ভ

আজি পুনৰ ইণ্ডিগোৰ বিমান বাতিল!

৩০০ৰো অধিক বিমান বাতিল দেশত

চাইন অন ডেস্ক:

আজি দেশৰ প্ৰধান বিমানবন্দৰ সমূহত ৩০০ৰো অধিক ইণ্ডিগোৰ বিমান বাতিল কৰা হয়।
তথ্য অনুসৰি—‘

দিল্লীত ১৩৪ খন বাতিল (৭৫টা প্ৰস্থান, ৫৯টা আগমন)

বেংগালুৰুৰত ১২৭ খন বাতিল(৬৫টা আগমন, ৬২টা প্ৰস্থান)

চেন্নাইত ৭১ খন বাতিলৰ সন্মুখীন হ’বলগীয়া হৈছে।

হায়দৰাবাদত ৭৭ খন বিমান বাতিল হৈছে।

জয়পুৰত ২৭ খন বিমান বাতিল কৰা হয়।

কালিৰ বিবৃতি অনুসৰি বিমান সংস্থাই ১০ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ সুস্থিৰতাৰ আশা প্ৰকাশ কৰিছে।ডিজিচিএই ইণ্ডিগোৰ কাৰণ দেখুৱাৰ জাননীৰ উত্তৰ দিবলৈ ২৪ ঘণ্টীয়া সময়সীমা বৃদ্ধি কৰিছে।ইতিমধ্যে ইণ্ডিগোৱে ৬১০ কোটি টকাৰ ৰিফাণ্ড প্ৰক্ৰিয়া আৰম্ভ কৰিছে।বাতিল আৰু পুনৰ নিৰ্ধাৰণৰ সম্পূৰ্ণ ৰেহাই ১৫ ডিচেম্বৰলৈকে বাহাল থাকিব।

Leave a Reply

Your email address will not be published. Required fields are marked *