...

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ বৈঠক

নতুন দিল্লী:

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক আজি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত সাক্ষাৎ কৰে। দুয়োগৰাকী নেতাই আজি নতুন দিল্লীৰ সংসদ ভৱনৰ চৌহদত এক সৌহাৰ্দপূৰ্ণ বৈঠকত মিলিত হয় আৰু ৰাষ্ট্ৰ স্বাৰ্থজড়িত তথা ৰাজ্যখনৰ বিকাশ সম্পৰ্কীয় বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় সবিস্তাৰে আলোচনা কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *