আলোপতি,বাঘমাৰাচৰত বন বিভাগৰ বৃহৎ অভিযান
উচ্ছেদ ১০ টাকৈ কাঠমিল, লক্ষাধিক মূল্যৰ কাঠ জব্দ
নগৰবেৰা,৩জুলাই:
চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায় চলে বৰপেটাৰ বৃহত্তৰ আলোপতি বাঘমাৰাচৰ আদি আঞ্চলত।শেহতীয়াকৈ বন মন্ত্ৰীৰ কাঢ়া নিৰ্দেশৰ পাছতেই গা লৰিল বন বিভাগৰ।চেঙা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চৰাঞ্চলত বৃহস্পতিবাৰে বন বিভাগৰ এক অতৰ্কিত 
