ককাইদেউতা নাতি আৰু হাতী-২
ডিব্ৰুগড়ৰ ছবিগৃহত দৰ্শকৰ আশাব্যঞ্জক সহাৰি
চাইন অন ডেস্ক,৩জুলাই:


কৰে।আনহাতে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী নিবেদিতা কলিতাই পৰিয়াল সতে উপভোগ কৰি অতি ৰোমাঞ্চিত হোৱাৰ কথা ব্যক্ত কৰে।তাহানিৰ ছবিখনৰ দুটা গীত এই নতুন ছবিখনত সংযোজন কৰাত খুউব সুন্দৰ হোৱা বুলি আন এগৰাকী দৰ্শকে মত প্ৰকাশ কৰি নষ্টালজিয়া হৈ পৰা বুলিও জানিব দিয়ে।অধিকাংশ দৰ্শকে ছবিখন পৰিয়ালৰ বাবে এখন উন্নত মানৰ বিনোদন ছবি বুলি মত প্ৰকাশ কৰে।মুঠৰ ওপৰত প্ৰথম দিনাই ডিব্ৰুগড়ত ছবিখনে দৰ্শকৰ যথেষ্ট সমাদৰ পাবলৈ সক্ষম হোৱা বুলি কব পাৰি।