ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ঘোষণা!
সলনি হ’ল স্নাতক দ্বিতীয় আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ দিনসূচী
চাইন অন ডেস্ক,২৩মে’:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত হ’বলগীয়া স্নাতক মহলাৰ দ্বিতীয় আৰু ষষ্ঠ ষাণ্মাসিকৰ পৰীক্ষাৰ দিনসূচী সলনি কৰা হৈছে। পবিত্ৰ ঈদ-উল-জুহাৰ পৰিপ্ৰেক্ষিতত বিশ্ববিদ্যালয় কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। 
