...

মৰিগাঁওত ড্ৰাগছ সহ ব্যৱসায়ীক আটক

 

মৰিগাঁওত ড্ৰাগছ সহ ব্যৱসায়ীক আতক

 

মৰিগাঁও:

মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ পুনৰ বৃহৎ সফলতা ৷
জিলাখনৰ চৰাইবাহীত 28.15 গ্ৰাম ড্ৰাগছ সহ এজন ড্ৰাগছ ব্যৱসায়ীক আতক মিকিৰভেটা আৰক্ষী
মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিশ্বজ্যোতি শৰ্মা আৰু ASI মানস জ্যোতি শইকীয়াৰ যৌথ নেতৃত্বত চলিছিল এই অভিয়ান ৷
অভিয়ানত চৰাইবাহীৰ পৰা মেঘালয়ৰ বৰ্নিহাটৰ ৰাজা গিৰী নামৰ এজনৰ ড্ৰাগছ ব্যৱসায়ীক আতক তৰিবলৈ সক্ষম হয়।
আতকাধীন ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা 28.15 গ্ৰাম ড্ৰাগছ সহ ৭৮৫০ টকা জব্দ কৰিবলৈ সক্ষম হয় মিকিৰভেটা আৰক্ষী।

Leave a Reply

Your email address will not be published. Required fields are marked *