অৰুণাচলৰ পৰা ড্ৰাগছ আৰু মাৰণাস্ত্ৰ সৰবৰাহ
জাগুনত আৰক্ষীৰ জালত কুখ্যাত সৰবৰাহকাৰী নাটং কামচা
মাৰ্ঘেৰিটা,৪আগষ্ট:
তিনিচুকীয়া জিলাৰ জাগুনত আৰক্ষীৰ এক বিশেষ অভিযানত মাৰণাস্ত্ৰ আৰু বিপুল পৰিমাণৰ নিষিদ্ধ ড্ৰাগছসহ আটক হয় এজন কুখ্যাত সৰবৰাহকাৰী। অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ ড্ৰাগছ সৰবৰাহৰ সময়তে লেখাপানী আৰু জাগুন আৰক্ষীৰ যৌথ দলে অভিযান চলাই যুৱকজনক আটক কৰিবলৈ সক্ষম হয়। আটক কৰা সৰবৰাহকাৰীজনক অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নামপং থানাৰ অন্তৰ্গত এলেকাৰ নিবাসী নাটং 
