ডিব্ৰুগড় চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ নষ্টালজিয়া ‘৮৪ শৈক্ষিক বঁটা প্ৰদান
চাইন অন ডেস্ক,২৮জুন:



এই অনুষ্ঠানতে নষ্টালজিয়া ৮৪’ৰ সদস্য ৰাজেশ দাসৰ সু- পুত্ৰ গুৱাহাটী আই আই টিত অধ্যয়নৰত কৃতী ছাত্ৰ নিয়ৰ দাসকো প্ৰশস্তিপত্ৰ তথা অংগ 
গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত ৰীতা বৰঠাকুৰৰ এটি সুমধুৰ গীত আৰু জেনিভা বৰদলৈয়ে এটি কবিতা পাঠ কৰি অনুষ্ঠানটি সমৃদ্ধ কৰি তোলে।