টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কাৰ্যালয়ক কেন্দ্ৰ কৰি সংঘাত !
চৌকিডিঙ্গীত উপস্থিত কেন্দ্ৰীয় যুটীয়া সম্পাদক দ্বীপজ্যোতি দুৱৰা
চাইন অন ডেস্ক,২৩আগষ্ট:




কাৰ্যালয়টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংঘাতৰ অৱসান ঘটাই সংগঠনটোৰ কাম-কাজ পুনৰ সুস্থ আৰু ঐক্যবদ্ধ পৰিৱেশত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত কি পদক্ষেপ গ্ৰহণ কৰা হয়, সেয়া লক্ষণীয় হ’ব।