ডিব্ৰুগড়ৰ হোটেলত ভয়ংকৰ কাণ্ড !
গ্ৰাহকৰ ধোচাত ওলাল পঁইতাচোৰা ?
চাইন অন ডেস্ক,২৩মে’:
ৰাজ্যৰ হোটেল-ৰেষ্টুৰেণ্টসমূহৰ চকু কপালত উঠা খাদ্যৰ অস্বাস্থ্যকৰ পৰিৱেশক লৈ পুনৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। এইবাৰ ডিব্ৰুগড়ৰ এক আগশাৰীৰ হোটেলত গ্ৰাহকক যোগান ধৰা খাদ্যৰ মাজত উদ্ধাৰ হৈছে পঁইতাচোৰা। ডিব্ৰুগড়ৰ চৌকিডিঙ্গীস্থিত ‘শ্ৰী প্ৰকাশ হোটেল’ নামৰ বাণিজ্যিক প্ৰতিষ্ঠানখনত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে।

