সাধাৰণ পৰ্যবেক্ষকৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
চাইন অন ডেস্ক:
আগন্তুক বিধানসভা নিৰ্বাচনৰ ২০২৬ৰ পৰিপ্ৰেক্ষিতত ৯০ নং দুলিয়াজান, ৯১ নং টিংখং আৰু ৯২ নং নাহৰকটিয়া বিধানসভা সমষ্টিৰ বাবে নিয়োজিত সাধাৰণ পৰ্যবেক্ষক ভাৰতীয়া প্ৰশংসনীক সেৱাৰ জ্যেষ্ঠ বিষয়া চিফাং আৰ্থাৰ ৱৰ্চুইয়ো কালি নিম্নলিখিত ভোটগ্ৰহণ কেন্দ্ৰ
সমূহ পৰিদৰ্শন কৰে – ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় (পুৱ) ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৫১, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় (পশ্চিম) ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৫২, ৰাজগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য) ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৫৩, বাংগুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় (মধ্য) ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৫৭, উচ্চতৰ মাধ্যমিক বিদ্যালয়। ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৫৮ , বাংগুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৫৯, নিলামনি চাহ বাগিচা নিম্ন প্ৰাথমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰ নং- ১৬৪, আঘোনিবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰ নং – ৭২
ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ পৰিদৰ্শনকালত সাধাৰণ পৰ্যবেক্ষকগৰাকীয়ে কেন্দ্ৰসমূহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে আৰু নিৰ্বাচন আয়োগৰ নিৰ্দেশনাৱলী পালন তথা নিৰ্বাচন প্ৰক্ৰিয়া সুচাৰুৰূপে পৰিচালনা নিশ্চিত কৰিবলৈ প্ৰয়োজনীয় নিৰ্দেশ প্ৰদান কৰে।

Like this:
Like Loading...