শিৱসাগৰত বান সাহায্য আৰু ক্ষেত্ৰভিত্তিক প্ৰচাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে আকাশবাণী ডিব্ৰুগড় ক্লাষ্টাৰে
চাইন অন ডেস্ক,১১আগষ্ট:




এনে ক্ষেত্ৰভিত্তিক কাৰ্যসূচীৰ জৰিয়তে আকাশবাণী ডিব্ৰুগড়ে ৰাইজৰ সৈতে নিজৰ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে তেওঁলোকৰ অভিজ্ঞতা, সমস্যা আৰু দাবীসমূহৰ কণ্ঠস্বৰ বৃহত্তৰ সমাজৰ মাজলৈ লৈ যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে।