বালিপৰাত আত্মনিৰ্ভৰ অসমৰ হিতাধিকাৰীসকলৰ
সৈতে উদ্যোগ-বাণিজ্য মন্ত্ৰী বিমল বৰাৰ মত- বিনিময়
বালিপৰা,৩১অক্টোবৰ:
শোণিতপুৰৰ বালিপৰাত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে আজি মত বিনিময় কৰে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী বিমল বৰাই । ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ সৰুপাটগাঁৱৰ প্ৰেক্ষাগৃহত এই উপলক্ষ্যে অনুষ্ঠিত কৰা হয় এক বিশেষ মত-বিনিময় অনুষ্ঠান। অনুষ্ঠানত আদৰণি ভাষণ আগবঢ়ায় ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতীয়ে। উল্লেখ্য যে, আত্মনিৰ্ভৰ অসম আঁচনিৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ইতিমধ্যে ৰঙাপৰা সমষ্টিৰ ৬০৩ 
