গ্ৰন্থৰ সুবাসেৰে আমোলমোল ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ গ্ৰন্থমেলা বাকৰি
তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘সতীর্থ গ্রন্থমেলা’
ঢকুৱাখনা,২৮ ছেপ্টেম্বৰ:

তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ‘সতীর্থ গ্রন্থমেলা’।
হাৰ্হি মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ উদ্যোগত আৰু সতীৰ্থ জ্ঞান যাত্ৰাৰ সহযোগত অনুষ্ঠিত হোৱা ‘সতীর্থ গ্রন্থমেলা’ৰ সোমবাৰে পুৱা ১০ বজাত 
