মানকাচাৰত মানৱ সৰবৰাহৰ বিৰুদ্ধে চৰকাৰী তৎপৰতা
জিলা সমাজ কল্যাণ বিভাগৰ বৃহৎ সজাগতা অভিযান
চাইন অন ডেস্ক,৮জুলাই:



এই সজাগতা অভিযানত ব্যাপক অংশগ্ৰহণ নিশ্চিত কৰিবলৈ প্ৰশাসনৰ তৰফৰ পৰা বিভিন্ন স্তৰত নিৰ্দেশনা জাৰি কৰা হৈছে।
জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক, জিলা আইনী সেৱা প্ৰাধিকৰণৰ সচিব, আৰু মানকাচাৰ তথা দক্ষিণ শালমাৰা 
মানকাচাৰ আৰু দক্ষিণ শালমাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াসকলক তেওঁলোকৰ অধীনস্থ গাঁও প্ৰধান সকলক আৰু আৰক্ষী প্রশাসনক নিজ নিজ এলেকাৰ সকলো গাঁওৰক্ষী বাহিনী সতৰ্ক থাকিব লৈ প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছে।
আজি মানকাচৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কাকৰীপাৰা

এনে সময়োপযোগী পদক্ষেপক জিলাখনৰ সচেতন মহলে আদৰণি জনাইছে। ভুৱা চাকৰি আৰু ধনৰ লোভ দেখুৱাই সৰল মনৰ লোকসকলক প্ৰতাৰণা কৰা চক্ৰসমূহৰ বিৰুদ্ধে এই অভিযানে এক উচিত প্ৰত্যাহ্বান গঢ়ি তুলিব বুলি আশা কৰা হৈছে।