ৰাজ্যৰ বান আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়াৰ দাবী
পুনৰ সৰব হৈছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
চাইন অন ডেস্ক,৬জুলাই:



অসমৰ দীৰ্ঘদিনীয়া বান-গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সংগঠনটোৰ এই পদক্ষেপে আগন্তুক সময়ত কি প্ৰতিক্ৰিয়া লাভ কৰে, সেয়া লক্ষ্যণীয় হ’ব।