...

৬, ৭ জুলাইত ডিব্ৰুগড় জিলা ক্ৰিকেট দলৰ বাছনি শিবিৰ

৬, ৭ জুলাইত ডিব্ৰুগড় জিলা ক্ৰিকেট দলৰ বাছনি শিবিৰ

চাইন অন ডেস্ক,৫জুলাই:

অহা ১৬ জুলাইৰ পৰা ২৯ জুলাইলৈকে ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ জালান আউটডৰ ষ্টেডিয়ামত অনুষ্ঠিত হবলগীয়া ১৬ বছৰৰ অনুৰ্ধ্ব ৰাধাগোবিন্দ বৰুৱা ক্ৰিকেট প্ৰতিযোগিতাৰ বাবে ডিব্ৰুগড় জিলা ক্ৰিকেট দলৰ বাছনি শিবিৰৰ আয়োজন কৰা হৈছে। জালান আউটডৰ ষ্টেডিয়ামত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হবলগীয়া বাছনি শিবিৰৰ বাবে ইচ্ছুক খেলুৱৈ সকলক নিৰ্ধাৰিত সময়ত উপস্থিত থাকিবলৈ জিলা ক্ৰীড়া সন্থাৰ ক্ৰিকেট বিভাগটোৰ সম্পাদক আব্দুল ৰহমানে ( ৮৮৭৬০৩১৭৮৯ ) আহ্বান জনাইছে।

Leave a Reply

Your email address will not be published. Required fields are marked *