অসম জাতীয় পৰিষদৰ লেজাই আঞ্চলিক সমিতিৰ উদ্যোগত কৃতী ছাত্ৰ ছাত্ৰীক অভিনন্দন
চাইন অন ডেস্ক,২জুনঃ
অসম জাতীয় পৰিষদৰ খোৱাং সমষ্টিৰ লেজাই আঞ্চলিক সমিতিৰ উদ্যোগত যোৱা শৈক্ষিক কাৰ্যসূচীৰ মৰ্মে লেজাই আঞ্চলিক সমিতিৰ এলেকাৰ চলিত বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত 
