চামগুৰিত আৰক্ষীৰ অভিযান
জব্দ চোৰাং গৰু ভৰ্তি কণ্টেইনাৰ বাহন
চাইন অন ডেস্ক,২২অক্টোবৰ:
চামগুৰি আৰক্ষীৰ অভিযানত জব্দ চোৰাং গৰু ভৰ্তি কণ্টেইনাৰ বাহন।

জব্দ কৰা কণ্টেইনাৰ বাহনখনৰ নম্বৰ হৈছে UP 21CN 5367।
জানিব পৰা মতে বাহনখনত বেহেৰাৰ পৰা মেঘালয়ৰ শ্বিলংলৈ গৰুসমূহ সৰবৰাহ কৰা হৈছিল।
কণ্টেইনাৰ বাহনখনত প্ৰায় 30টা গৰু থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

