...

মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান

Spread the love

মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান

৯৫ টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ, বাকচ ভৰ্তি ড্ৰাগছ লগতে জব্দ ১২ টাকৈ মোবাইল

চাইন অন ডেস্ক:

মৰিগাঁৱৰ লাহৰীঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।

লাহৰীঘাট সমজিলা আৰক্ষী অধীক্ষক অমৰজ্যোতি শইকীয়া আৰু লাহৰীঘাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য বৰাৰ নেতৃত্বত লাহৰীঘাটৰ বৰবৰিত চলে এই বৃহৎ অভিযান।

অভিযানত বৰবৰি গাঁৱৰ আচৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে ৯৫ টা নিষিদ্ধ ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু বাকচ ভৰ্তি ড্ৰাগছ ।লগতে উদ্ধাৰ কৰে ১২ টাকৈ মোবাইল।

আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ মহিলা সহ ৪ টাকৈ সৰবৰাহকাৰী।

ধৃত সৰবাহকাৰী কেইটাৰ নাম ফুলবানু,
মহিবুৰ ৰহমান, এমৰাণ হুছেইন, চুস্মা বেগম
উল্লেখযোগ্য যে আৰক্ষীৰ অভিযানত উদ্ধাৰ হয় নগদ ধন।

Leave a Reply

Your email address will not be published. Required fields are marked *