চৰকাৰীভাৱে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক আঁচনি তথা আন্তঃগাঁথনিৰ বুজ ল’বলৈ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা বটদ্ৰৱা থানত
নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা :
অসমৰ আধ্যাত্মিক জগতৰ অন্যতম প্ৰাণকেন্দ্ৰ তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানৰ মূল উৎসৱ হৈছে দৌল যাত্ৰা মহোৎসৱ। এই বটদ্ৰৱা থানৰ চলিত বৰ্ষৰ পবিত্ৰ দৌল মহোৎসৱ উপলক্ষে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ

