ডিব্ৰুগড় জিলাত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত
চাইন অন ডেস্ক,৬আগষ্ট:


জিলাখনৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত আয়োজিত এই বিশেষ কাৰ্যসূচীত মন্ত্ৰী, সাংসদ, বিধায়ক আৰু গণ্য-মান্য ব্যক্তিসকলে মুখ্য অতিথি হিচাপে উপস্থিত থাকে। টিংখাং মহাবিদ্যালয়ত মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। দুলীয়াজান মহাবিদ্যালয়ত মন্ত্ৰী ৰামেশ্বৰ তেলী, দুলীয়াজান ছোৱালী মহাবিদ্যালয়ত সাংসদ তেৰছ গোৱালা, ডি এইচ এছ কে মহাবিদ্যালয়ত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকে।একেদৰে ডি ডি আৰ মহাবিদ্যালয়ত বিধায়ক বিনোদ হাজৰিকা, 