Skip to content বায়ুসেনা বাহিনীৰ অৱসৰপ্রাপ্ত বিষয়া কুলেন্দ্র শৰ্মা আৰক্ষীৰ জালত
চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানী চোৰাংচোৱা সংস্থাৰে গোপন সম্পৰ্ক!
চাইন অন ডেস্কঃ ভাৰতীয় বায়ুসেনা বাহিনীৰ অৱসৰপ্রাপ্ত বিষয়া কুলেন্দ্র শৰ্মা সম্প্ৰতি আৰক্ষীৰ জালত। চিৰ বৈৰী ৰাষ্ট্ৰ পাকিস্তানী চোৰাংচোৱা সংস্থাৰ সৈতে গোপনে সম্পৰ্ক ৰখাৰ অপৰাধত শোণিতপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।এই সন্দৰ্ভত তেজপুৰ আৰক্ষীয়ে ৭৮৫/২৫ নং গোছৰৰ ভাৰতীয় ন্যায় সংহিতা আইনৰ u/147, 148, 152, 238, 61(2) অধীনত কুলেন্দ্র শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছে। কুলেন্দ্র শৰ্মা তেজপুৰ পতিয়াই চুবুৰী নিবাসী। প্ৰাথমিক অনুসন্ধানত লাভ কৰা তথ্য অনুসৰি অভিযুক্ত শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে সংবেদনশীল তথ্য যোগান ধৰিছিল।আৰক্ষীৰ মাৰাথন জেৰা অব্যাহত আছে।
Like this:
Like Loading...