...

শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী মাখনি শইকীয়াৰ পদত্যাগ

Spread the love

শোণিতপুৰ জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী মাখনি শইকীয়াৰ পদত্যাগ

 

কংগ্ৰেছৰ গ্ৰহ বেয়া চলিছে

চাইন অন ডেস্ক:

ৰাহুৰ গতি বেয়া চলিছে কংগ্ৰেছৰ । শোণিতপুৰ জিলা কংগ্ৰেছত বেয়াকৈ এই দশাই লম্ভা পৰিলক্ষিত হৈছে । নদুৱাৰ সমষ্টিৰ কংগ্ৰেছৰ টিকট নাপাই আজি প্ৰাক্তন জিলা সভাপতি দাদুল বৰকাকতিয়ে পদত্যাগ কৰাৰ পিছতে জিলা কংগ্ৰেছত পদত্যাগৰ জোৱাৰ উঠিছে । জিলা মহিলা কংগ্ৰেছৰ উপ-সভানেত্ৰী বালিপৰাৰ মাখনি শইকীয়াই আজি কংগ্ৰেছৰপৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *