নিজ গৃহতে ধৰাশায়ী হল ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্তে
অধিনায়ক ৰিয়ান পৰাগো ২০ ৰান কৰি পেভিলিয়নলৈ
লক্ষ্ণৌ:
নিজ গৃহতে ধৰাশায়ী হল ঋষভ পণ্ট নেতৃত্বাধীন লক্ষ্ণৌ ছুপাৰ জায়েন্তে।কালি লক্ষ্ণৌত অনুষ্ঠিত আইপিএলৰ মেচখনত ৰাজস্থান বয়েলছেৰ বলাৰৰ নিয়ন্ত্রিত বলিঙত তিষ্ঠিব নোৱাৰি ৪০ ৰানত পৰাস্ত হয় এলএছজি। এয়া লক্ষ্ণৌ দলটোৰ একেৰাহে চতুৰ্থখন মেচত পৰাজয়। ইফালে ৰাজস্থানে প্রথম চাৰিখন মেচত ধাৰাবাহিক পৰাজয়ৰ পাছত কালি পুনৰ জয়েৰে পইন্ট তালিকাৰ দ্বিতীয় স্থানলৈ উন্নীত হয়।কালিৰ মেচখনত প্রথমে বেটিং কৰি ৰাজস্থানে নির্ধাৰিত ২০’ অভাৰত 

শৰ্মাই দুটাকৈ উইকেট দখল কৰে। দলটোৰ দুগৰাকী স্পীনাৰ ৰবীন্দ্ৰ জাডেজা আৰু ৰবি বিষ্ণৈবে এটাকৈ উইকেট দখল কৰি দলটোৰ জয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়ায়।