ডিব্ৰুগড়ৰ খোৱাঙত ভয়ংকৰ পথ দূৰ্ঘটনা
দুই গৰু চোৰসহ পশুধনৰ মৃত্যু
চাইন অন ডেস্ক,১৯ছেপ্তেম্বৰ:
আজি পুৱা ডিব্ৰুগড়ৰ খোৱাঙৰ হেৰিটেজ নগা ধাবাৰ সমীপৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংংকৰ দূৰ্ঘটনা সংঘটিত হয়।খোৱাঙত এখন বিলাসী তীব্ৰবেগী বাহনখনে ৰোড ডিভাইডাৰত খুন্দা মৰাৰ ফলতে এই ঘটনা সংঘটিত হয়।জানিব পৰা 
বাহনখনত অবৈধভাৱে পৰিবহণ কৰা চাৰিটা গৰুৰ ভিতৰত তিনিটা—এটা গৰ্ভৱতী গৰু আৰু দুটা পোৱালিও এই সংঘৰ্ষত মৃত্যুমুখত পৰে।ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ স্বৃষ্টি হৈছে।