...

চৰকাৰী নিয়মক বৃদ্ধাঙুলি ?

চৰকাৰী নিয়মক বৃদ্ধাঙুলি ?

বৃহৎ পৰিমাণৰ গো-মাংস উদ্ধাৰ-ধৃত এক

ধুবুৰী,২৫ মে’:

চৰকাৰী নিয়মক সম্পূৰ্ণ ৰূপে বৃদ্ধাঙুলি দেখুৱাই ধুবুৰীকে ধৰি জিলাখনৰ একাংশ অঞ্চলত চলি আছে নেকি গো-মাংসৰ বেহা? বিভিন্ন সময়ত বিভিন্ন মহলে উত্থাপিত কৰি অহা সেই প্ৰশ্ন বাস্তবত পৰিণত কৰি এইবাৰ খোদ আৰক্ষীৰ অভিযানতেই জিলাখনৰ গৌৰীপুৰৰ সমীপৰ আলমগঞ্জৰ এখন দোকানৰ পৰা উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ গো-মাংস। জানিব পৰা মতে, এক গোপন তথ্যৰ ভিত্তিত চলোৱা গৌৰীপুৰ আৰক্ষীৰ অভিযানত আলমগঞ্জৰ এখন দোকানৰ পৰা উদ্ধাৰ হয় গো-মাংসখিনি। ইতিমধ্যে, ঘটনা সন্দৰ্ভত আমিন আহমেদ নামৰ এজন লোকক আটক কৰি আৰক্ষীয়ে শোধপোছ চলাই থকা বুলি প্ৰকাশ। ইয়াতে উল্লেখনীয় এয়াও যে, জিলাখনৰ সদৰ খোদ ধুবুৰীতেই একাংশ হোটেলত গো-মাংস বিক্ৰি হোৱা বুলিও কিন্তু আছে বুবু-বাবা।

Leave a Reply

Your email address will not be published. Required fields are marked *