ডিব্ৰুগড় প্ৰেছ ক্লাবৰ দ্বাৰা আয়োজিত সাংবাদিকতা বিষয়ত কৰ্মশালা সফলতাৰে সমাপন
গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত তিনি গৰাকী বিশিষ্ট সমল ব্যক্তিৰ অংশগ্ৰহণ
চাইন অন ডেস্ক,১০আগষ্ট:


কৰ্মশালাৰ প্ৰথম অধিবেশনত স্থানীয় বিশিষ্ট জ্যেষ্ঠ সাংবাদিক দেৱজিৎ কটকীয়ে ” গণতন্ত্ৰৰ অন্যতম স্তম্ভ হিচাপে সাংবাদিকতাঃ জনস্বাৰ্থৰ বাতৰি পৰিৱেশন, জনমত 
আজিৰ কৰ্মশালাৰ তৃতীয় আৰু অন্তিম অধিৱেশনৰ সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰে গুৱাহাটীৰ পৰা আমন্ত্ৰিত বিশিষ্ট লেখক-চিন্তাবিদ তথা সাংবাদিক সুশান্ত তালুকদাৰে। তেখেতৰ ভাষণৰ বিষয় আছিল -” দেশখনৰ বাবে অসমৰ খবৰ পৰিৱেশনঃ সংঘাত, উগ্ৰপন্থীৰ সমস্যা, মানবতাৰ সংকট আৰু ৰাজনৈতিক বিকাশ প্ৰসংগত 
কাইলৈ অৰ্থাৎ ১১ আগষ্ট তাৰিখে দিনৰ ১১ বজাত এই একেটা প্ৰেক্ষাগৃহতে আয়োজন কৰা হৈছে পঞ্চদশ বাৰ্ষিক সাংবাদিক নীলিম চৌধুৰী সোঁৱৰণী স্মাৰক বক্তৃতা অনুষ্ঠানৰ। উক্ত স্মাৰক বক্তৃতা অনুষ্ঠানত “সাম্প্ৰতিক অসমৰ সাংবাদিকতাঃ আশা আৰু প্ৰত্যাশা” বিষয়ত বক্তৃতা প্ৰদান কৰিব বিশিষ্ট লেখক-চিন্তাবিদ তথা সাংবাদিক সুশান্ত তালুকদাৰে।