...

ধুবুৰী জিলাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি মালাকাৰক ৰিজাৰ্ভ ক্ল’জড

ধুবুৰী জিলাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি মালাকাৰক ৰিজাৰ্ভ ক্ল’জড

চাইন অন ডেস্ক:

ধুবুৰী জিলাৰ সাপটগ্ৰাম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দ্বীপজ্যোতি মালাকাৰৰ ৰিজাৰ্ভ ক্ল’জড কৰা হোৱা বুলি জানিব পৰা গৈছে। দীৰ্ঘদিনৰ পৰাই সাপটগ্ৰাম থানাৰ এলেকাত ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অভিযোগ আছিল বিষয়া গৰাকীৰ বিৰুদ্ধে।

তাৰেই পৰিপ্ৰেক্ষিতত ধুবুৰী জিলাৰ জেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰাৰ নিৰ্দেশত তাৎক্ষণিকভাৱে মালাকাৰৰ ৰিজাৰ্ভ ক্ল’জড কৰা হোৱা বুলি প্ৰকাশ।

Leave a Reply

Your email address will not be published. Required fields are marked *