Skip to content চাহ বাগিচাৰ ৰোগী সকলৰ সুবিধাৰ্থে সহায়তা কক্ষ
চাইন অন ডেস্কঃ


ডিব্ৰুগড় জিলাৰ সমূহ চাহ বাগিচা অঞ্চলৰ ৰোগী সকলৰ সুবিধাৰ্থে অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ চৌহদৰ আৰক্ষী চেক পষ্টত ( মূল গে’টৰ সন্মূখত) এক সহায়তা কক্ষ খোলা হৈছে।
অসম চিকিৎসা মহাবিদ্যালয়লৈ চিকিৎসাৰ বাবে অহা চাহ বাগিচা অঞ্চলৰ ৰোগী আৰু তেওঁলোকৰ আত্মীয়ই যিকোনো সহায়ৰ বাবে এই সহায়তা কক্ষলৈ আহিব পাৰে।
Like this:
Like Loading...