ৰাছিয়াৰ সৈতে সম্পৰ্ক ৰক্ষা চীনৰ!
সম্পৰ্ক ৰক্ষা কৰাই অপৰাধ ?
অতিৰিক্ত শুল্কই নহয়, চীনক ভাতেমৰাৰ পৰিকল্পনা মার্কিন প্রশাসনৰ !
ভাৰতক অত্যধিক শুল্কৰে দমন কৰাৰ ষড়যন্ত্ৰ কৰা আমেৰিকাৰ ৰোষত এইবাৰ পৰিছে চীন। ৰাছিয়াৰ পৰা তেল আমদানি কৰাৰ বাবেই চীনৰ বিৰুদ্ধে বিতুষ্ট হৈছে মার্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প। উপ-ৰাষ্ট্ৰপতি জে ডি ভান্সৰ এক মন্তব্যত এই ইংগিত পোৱা গৈছে।