...

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰিব ?

Spread the love

 

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজেন গোহাঁয়ে অসম জাতীয় পৰিষদত যোগদান কৰিব ?

চাইন অন ডেস্ক:

শীঘ্ৰেই বিজেপিৰ প্ৰবীণ নেতা ৰাজেন গোঁহায়ে এজেপিত যোগদান কৰিব পাৰে বুলি জল্পনা-কল্পনা চলিছে।কেৱল গোঁহায়ে নহয় ! তেওঁৰ এক বিশাল বাহিনীয়ে যোগদান কৰাৰ কথা এজেপিত।

অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে গোহাঁয়ে কোনো আনুষ্ঠানিক বক্তব্য দিয়াৰ পৰা বিৰত আছে।

ডিব্ৰুগড়ত তিনি ঘণ্টীয়া বন্ধ দুৱাৰৰ বৈঠকৰ অন্তত সাংবাদিকৰ আগত চমুকৈ গোহাঁয়ে কয়, “আপুনি জানিবলৈ আহিব যে এজেপি বা আন কোনো ৰাজনৈতিক দলৰ সৈতে কিবা যোগাযোগ আছে নেকি।এতিয়ালৈকে তেনেকুৱা একো হোৱা নাই।”

ডিব্ৰুগড়ৰ মিলন নগৰৰ মায়াবিনি ৰেষ্টুৰেণ্টত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকত গোহাঁইৰ লগতে তেওঁৰ ফৈদৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ নেতাই অংশগ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *