অসম সাহিত্য সভাৰ ২০২৭-২৯ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ
কেৱল স্পীড পোষ্ট যোগেহে পঠিয়াব লাগিব বেলট কাগজ
গ্ৰহণযোগ্য নহ’ব সাধাৰণ পোষ্টযোগে পঠিওৱা বেলট কাগজ
চাইন অন ডেস্ক,২১ নৱেম্বৰ :
অসম সাহিত্য সভাৰ ২০২৭ -২৯ বৰ্ষৰ বিষয়বিবীয়া নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া ২১ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব। অসম সাহিত্য সভাৰ স্বীকৃতিপ্ৰাপ্ত তথা বৈধ জিলা আৰু শাখা সাহিত্য সভাসমূহে নিৰ্বাচনী সমিতিয়ে পঠিওৱা নীতি- নিৰ্দেশনা অনুসৰি ভোটদান কাৰ্য সম্পন্ন কৰিব লাগিব। সংশ্লিষ্ট জিলা আৰু শাখা সাহিত্য সভাসমূহে নিৰ্ধাৰিত ৪ ডিচেম্বৰৰ ভিতৰত ভোটদান 
