ডিব্ৰুগড় বিশ্ববিদ্যালয়ত দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি
অসমৰ বিভিন্ন প্ৰান্তৰ গৱেষক শিক্ষাবিদ উপস্থিত- ৫৬ খন গৱেষণা পত্ৰ উপস্থাপন
চাইন অন ডেস্ক,২০নৱেম্বৰঃ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ উদ্যোগত ১৭-১৮ নৱেম্বৰত ‘ৱান আৰ্থ ৱান ফিউচাৰ-পাথৱেইঝ টু চাষ্টেইনেবিলিটি’ -শীৰ্ষক দুদিনীয়া ৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ সামৰণি পৰে৷ আলোচনা চক্ৰৰ লগতে জিঅ’লিনো- ভূগোল সজাগতা সপ্তাহ আৰু বিশ্ব জি আই এছ দিৱসো পালন কৰা হয়৷ আলোচনা চক্ৰৰ মূল বিষয় 
