ধুবুৰী জিলাত ৯ নৱেম্বৰত দীপাৱলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা
ধুবুৰী,৭ নৱেম্বৰ:
দীপাৱলী উপলক্ষে অহা ৯ নৱেম্বৰৰ দিনটো ধুবুৰী জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা আয়ুক্তই।ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পাৰ্ছনেল শাখাই যোৱাকালি ৬ নৱেম্বৰৰ দিনা জাৰি কৰা এক নিৰ্দেশনা অনুসৰি, Negotiable Instruments Act, 1881ৰ অধীনত লাভ কৰা ক্ষমতাৰ ভিত্তিত জিলাখনত ৯ নৱেম্বৰৰ দিনটো স্থানীয় বন্ধ হিচাপে ঘোষণা কৰা হৈছে। সেই নিৰ্দেশনা অনুসৰি, সিদিনা ধুবুৰী জিলাৰ সকলো ৰাজ্য চৰকাৰী 
